e_rror_op

e_rror_op

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from e_rror_op, Sport & recreation, Dimapur.

Photos from e_rror_op's post 28/10/2025

Do what makes you happy,
Not what others expect jut like Rakuda

Photos from e_rror_op's post 11/08/2025

যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অলপ দূৰত,
প্ৰকৃতিৰ ৰঙত ৰঙীন মোৰ জীৱনৰ উকা পৃষ্ঠা 🌹🍂

Photos from e_rror_op's post 05/03/2025

🍂🍂

25/02/2025

তুমি মাথোঁ মোৰ কাহিনীটোৰ উকা পৃষ্ঠা হোৱা
দায়িত্ব মোৰ তাত ৰংবোৰ সিঁচি যোৱা 🙂‍↕

Photos from e_rror_op's post 16/10/2024

৫৭৬ সংখ্যক বৰপথাৰ আঞ্চলিক শ্ৰী মন্ত শংকৰদেৱ জন্মোৎসৱৰ উদযাপনৰ অন্তিম দিনৰ (তাং -১৪/১০/২০২৪)মহাপুৰুষীয়া নাট" সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ "
নাটৰ দল - দেওপানী যুৱ সংস্কৃতি গোষ্ঠী
চৰিত্ৰ- দিকপাল
স্থান - দেওপানী মিলনজ্যোতি নামঘৰ।

Photos from e_rror_op's post 18/07/2024

উভতনি বাটত যদি চকা মকা পোহৰে অগাভেটা দিয়ে তেনে কেনেকৈ কওঁ যে সোঁৱৰণি বোৰ মোৰ যন্ত্ৰণা🌻

Photos from e_rror_op's post 01/07/2024

নিস্তব্ধ নৈত ক্লান্ত যেন মোৰ উশাহ
সেউজৰ কি আভাৰণ........
দিগন্তক অতিক্ৰম অফুৰন্ত যেন মোৰ আশা 🫠. #অসম❤️

Photos from e_rror_op's post 30/06/2024

নিস্তব্ধ নৈত ক্লান্ত যেন মোৰ উশাহ
সেউজৰ কি আভাৰণ........
দিগন্তক অতিক্ৰম অফুৰন্ত যেন মোৰ আশা 🫠. #অসম❤️

Photos from e_rror_op's post 13/02/2024

বাস্তৱ বোৰ গধূৰ যদিও জীৱন টো মধুৰ🌸

Website

Address

Dimapur

Alerts

Be the first to know and let us send you an email when e_rror_op posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Dimapur.