Axom view
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axom view, Media/News Company, Nagaon Dhing Road, Nagaon.
বাঁহীৰ সুৰত জুবিনদাৰ প্ৰিয় গীত " আন্ধাৰ হ'ব নোখোজো "......
🛑 ধিঙত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত ।
🛑 ধিং মাধৱদেৱ নাট্য মন্দিৰ প্ৰয়াস শাখাৰ উদ্যোগত তথা অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ, ধিং শাখাৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক প্ৰাৰম্ভিক অনুষ্ঠান উদযাপন ।
নগাঁৱৰ পৰমাইভেটি মাদ্ৰাছাত সাংসদ গৌৰৱ গগৈৰ জন্মদিন উদযাপন সন্দৰ্ভত নেমচুৰ প্ৰতিক্ৰিয়া । নেমচুৱে ২৪ ঘন্টা সময়সীমা বান্ধি দিলে বিধায়ক নুৰুল হুদাক ।
17/08/2025
ধিং আৰক্ষীৰ জালত তিনি চাইবাৰ অপৰাধী ।
ধিং মহাবিদ্যালয়ৰ ভূমি আৱন্টন সন্দৰ্ভত সভামঞ্চতে ৰাজহ চক্ৰ বিষয়াক কঠোৰ সকীয়নি মন্ত্ৰী কেশৱ মহন্তৰ .....
ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা মানেই অসমীয়া ভাষাটো সংৰক্ষন বা জীয়াই থকাটো নুবুজায় - অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা ।
ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা মানেই অসমীয়া ভাষাটো সংৰক্ষন বা জীয়াই থকাটো নুবুজায় । কিছু অপশক্তিয়ে আমাক চাৰিওফালৰ পৰা নিশকতীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । আমি প্ৰত্যেকেই নিজৰ ঘৰখনৰ পৰা ভাষাটো জীয়াই ৰখাৰ সংগ্ৰাম খন অব্যাহত ৰাখিব লাগিব । এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাৰ । আজি ধিং মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে পদুম ৰাজখোৱাই । ৰাজখোৱাই লগতে আক্ষেপেৰে কয় যে আমাৰ সমাজৰ এচাম লৰা ছোৱালীয়ে নিজৰ ভাষাটোৰ পৰা আতৰি আহিছে । আমাৰ নিজৰ ভাষাটো জীয়াই ৰাখিবলৈ আমি প্ৰত্যেকেই নিজৰ ঘৰখনৰ পৰা সংগ্ৰাম খন অব্যাহত ৰাখিব লাগিব । উল্লেখ্য যে, ধিং জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠান দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় । ৰূপালী জয়ন্তীৰ এই শুভাৰম্ভ অনুষ্ঠানত পাচখনকৈ কাব্যগ্ৰন্থও উন্মোচন কৰা হয় । বিপুল কুমাৰ বৰাৰ আই আৰু কেইটামান জোনাকী পৰুৱা , হৰিবন্ধু বিশ্বাসৰ ঈশ্বৰ আৰু হাহাকাৰ , দীপাঙ্কৰ গিৰি গোস্বামীৰ আখৰুৱা প্ৰীতি , প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ প্ৰত্যাহ্বানৰ অনুবাদ কাব্যগ্ৰন্থ চেলেঞ্জ উন্মোচন কৰা হয় ধিং মহাবিদ্যালয়ত অনুষ্ঠিত জাগৰণ সাহিত্য গোষ্ঠীৰ ৰূপালী জয়ন্তী শুভাৰম্ভ অনুষ্ঠানত ।
*ধিঙৰ ৬ টাকৈ স্থানত শীঘ্ৰে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ।*
*ধিঙৰ ৰৌমাৰী বিল, লহকৰঘাট, বালিসত্ৰ গ্ৰেজিং ৰিৰ্জাভ, আহোমগাঁও, ৰজাবাৰী দুই নং গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভৰ চৰকাৰী ভূমি খালি কৰিবলৈ জাননী প্ৰদান কৰে প্ৰশাসনে।*
*ধিং ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰিছে জাননী ।*
সহস্ৰাধিক ভক্তৰ উপস্থিতিত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ নিজগৃহলৈ আগমন ।
ধিঙত নগাওঁ মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগত ত্ৰিৰঙ্গা যাত্ৰা । ত্ৰিৰঙ্গা যাত্ৰাত অংশ গ্ৰহণ নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ।
ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিতি সমুহলৈ গোলকীয় উষ্ণতা সন্দৰ্ভত ধিঙৰ কৈলাশ বিকাশ নাথৰ বিশেষ আহ্বান.....
ভক্তি ৰসৰ নিজৰা বোৱাই আজিৰে পৰা ধিঙৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীজগন্নাথ মন্দিৰত আৰম্ভ ৩২ প্ৰহৰ অখণ্ড মহানাম......।
উন্মনা ফাগুন, তই আকৌ আহিলি !!!
Category
Website
Address
Nagaon
782123
Alerts
Be the first to know and let us send you an email when Axom view posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.