Matiur Rahman-Raju

Matiur Rahman-Raju

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Matiur Rahman-Raju, Politician, Nagaon.

Photos from Matiur Rahman-Raju's post 30/08/2026

আমি Dhing সমষ্টিৰ জিলা পৰিষদ চাৰিজন লগতে আঞ্চলিক সদস্য ১৬ জনে গুৱাহাটীত আমাৰ ধুবুৰী জিলাৰ MP ৰকিবুল হুছেইন লগত লগ কৰো। আগন্তুক লোকসভা উপ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰোঁ। কেনেকৈ আমি আমাৰ Congress আৰ Candidate অ'ক জিকাব পৰা যায় এই উদ্যসে বহুখিনি আলোচনা কৰো।আৰু আমাৰ জাতিৰ ৰাজনৈতিক ভাৱে ভাল চিন্তা কৰা আমাৰ নেতা ৰকিবুল হুছেইনে আমাক ভাল পৰামৰ্শ দিয়ে, লগতে আমাৰ যুৱনেতা তানজিল হুছেইনে আমাক ভাল পৰামৰ্শ দিয়ে আৰু আমি আমাৰ যুৱনেতা তানজিল হুছেইনে কোৱা মতে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ ।
#ধিংসমষ্টি

30/04/2026
Photos from Matiur Rahman-Raju's post 14/03/2026

বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। ২৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।

03/02/2026

পৱিত্ৰ শ্ববে বৰাতৰ অশেষ শুভেচ্ছা! এই মহিমান্বিত ৰাতিয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনলৈ ক্ষমা, শান্তি, সমৃদ্ধি আৰু অশেষ বৰকত কঢ়িয়াই আনক। আল্লাহৰ ওচৰত দোৱা কৰোঁ, এই পৱিত্ৰ নিশাত আপোনালোকৰ সকলো পাপ ক্ষমা কৰক আৰু জীৱন আলোকিত কৰি তোলক। শ্ববে বৰাত মোবাৰক!

মতিউৰ ৰহমান ZPC Bechamari
জেনেৰেল চেক্ৰেটাৰী নগাওঁ DCC

31/12/2025

Happy new year 🎊

27/11/2025

Hotel ot khana khabole ahisilu

Photos from Matiur Rahman-Raju's post 25/11/2025

📌Press Meet
📍Rajiv Bhawan

25/11/2025

Tiger 🐅🐅🐅 Zinda hai
NijDhig BCC Entry
খেলা খেলা খেলা সবে

Category

Website

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Matiur Rahman-Raju posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nagaon.