VoiceX Axom
ঘৰৰ খবৰ, ঘৰৰ ভাষাত।
VoiceX Axom
অসমৰ ডিজিটেল কণ্ঠস্বৰ
Real Stories. Real Axom. Daily Updates | Live Reports
ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ চেষ্টা? নিৰাপত্তা কটকটীয়া 🚨
লেবাননত আক্ৰমণ: যুদ্ধবিৰতিৰ মাজতো ১৪ জনৰ মৃত্যু 💔
আজিৰ বিশ্বৰ ডাঙৰ যুদ্ধৰ খবৰবোৰ এক চাঞ্চত! 🌍🚀
Russia-Ukraine ৰ পৰা Iran-US লৈকে পৰিস্থিতি অতি চিন্তাজনক। শেহতীয়া খবৰৰ বাবে চাই থাকক।
🚨 LIVE: তেহৰাণত আমেৰিকাৰ বোমা বৰ্ষণ! পেট্ৰ'ল পাম্পসমূহ ছাৰখাৰ।
আমেৰিকাই এতিয়া ইৰাণৰ ইন্ধন যোগান বন্ধ কৰিবলৈ চলাইছে এই ভয়ংকৰ আক্ৰমণ। তেহৰাণৰ বুকুত এতিয়া কেৱল জুইৰ ধোৱা। ইয়াৰ পাছত ইৰাণে কি কৰিব? 🇺🇸💥🇮🇷
যুদ্ধ কাৰ লাভৰ বাবে? তেজ সাধাৰণ মানুহৰ, টকা ক্ষমতাশালীৰ!
ইৰাণ আৰু ইজৰাইলৰ এই জুইত কাৰ লাভ হৈছে বুলি আপুনি ভাবে? নে এয়া কেৱল ধ্বংসৰ দিশে এক যাত্ৰা? আহক, এই ভণ্ডামিৰ বিৰুদ্ধে মাত মাতোঁ। 🌍💔
Category
Website
Address
781325
Alerts
Be the first to know and let us send you an email when VoiceX Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.