AxomVerse
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AxomVerse, Digital creator, Assam, Delhi.
জয় আই অসম | Joy Aai Axom
অসমৰ সংস্কৃতি, ইতিহাস, প্ৰকৃতি আৰু গৌৰৱক বিশ্বৰ আগত উপস্থাপন কৰাৰ এক প্ৰয়াস।
🎥 Culture • Heritage • Travel • Wildlife
📖 Stories • Facts • Entertainment • AI Content
❤️ Proudly Celebrating Assam
জয় আই অসম | Pride of Assam
03/09/2026
কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ
03/09/2026
সোণাপুৰত আৰক্ষীৰ এনকাউণ্টাৰত ২ সন্দেহযুক্ত গাড়ীচোৰ নিহত
02/09/2026
৮ ছেপ্টেম্বৰলৈ বৰষুণৰ সম্ভাৱনা 🌧️ আপোনাৰ অঞ্চলৰ আজিৰ খবৰটো Commentত জনাওক। 👇
#অসমৰখবৰ
02/09/2026
বানপীড়িত পৰিয়াললৈ ₹১৫,০০০ সহায়💰 #অসমৰখবৰ
02/09/2026
NEET UG Round-1 Seat Allotment আজি
#অসমৰখবৰ
02/09/2026
শ্ৰীভূমিত ₹১০ কোটি মূল্যৰ Yaba জব্দ
#অসমৰখবৰ
02/09/2026
ধাৰাসাৰ বৰষুণত বহু অঞ্চল জলমগ্ন 🌧️
#অসমৰখবৰ
02/09/2026
গুৱাহাটীত ভূমিস্খলনত একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু
#অসমৰখবৰ
01/09/2026
⚠️ গুৱাহাটীত Online Cab চালকৰ ধৰ্মঘটৰ হুংকাৰ
01/09/2026
বাইহাটা চাৰিআলিত ২৭ কেজি গাঞ্জা আৰু ₹১৬ লাখ জব্দ
Category
Website
Address
Delhi
Alerts
Be the first to know and let us send you an email when AxomVerse posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.