Howly Now
সঠিক তথ্য, সঠিক সময়ত
হাউলীত বেংক কৰ্মচাৰীৰ ধৰ্মঘট।
সপ্তাহত পাচদিনৰ কৰ্মদিন বিচাৰি প্ৰতিবাদত নামিল বেংক কৰ্মচাৰীয়ে।
হাউলীত ষ্টেট বেংক অফ ইণ্ডিয়াৰ সন্মুখত সমবেত হল জিলা খনৰ শতাধিক বেংক কৰ্মচাৰী।
11/09/2026
📌গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা।
📌বিৰুবাৰীৰ পৰা অপহৰণ ভাস্কৰ মেধী নামৰ এজন ব্যৱসায়ীক।
📌নাগালেণ্ডৰ পঞ্জীয়নভুক্ত এখন স্কৰপিঅ' বাহনত ওঠাই নিছিল ব্যৱসায়ীজনক।
📌মুক্তিপনৰ নামত ভাস্কৰ মেধীৰ পৰিয়াক দাবী কৰিছিল ২ লাখ টকা।
📌বিৰুবাৰী আৰক্ষীয়ে চাংসাৰিৰ এক গোপন স্থানৰ পৰা উদ্ধাৰ কৰে ব্যৱসায়ী গৰাকীক।
📌লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপহৰণকাৰী ইফটিকাৰ হুছেইন আৰু চাহাব আলীক।
📌অপহৰণত ব্যৱহাৰ কৰা বাহনখন আৰু ম'বাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
10/09/2026
📌এছিয়ান কাৰাটেৰ ৰেফাৰী পৰীক্ষাত উজ্বলিল বৰপেটাৰ সন্তান হাচমত আলী
10/09/2026
চিনি পাইছেনে তেখেতক ?
২০১৯ চনৰ ৮ চেপ্তেম্বৰত গুৱাহাটীৰ PVR ত চিৰিত বহি নিজে বনোৱা চিনেমা ‘কাঞ্চনজংঘা’ চাই আছে ঈশ্বৰপুত্ৰই ..
09/09/2026
নিশা হাউলীত নিষিদ্ধ সামগ্ৰীসহ আটক টাটা শ্বৰুমত কাম কৰা যুৱক।
হাউলীৰ ইটাৰভিটাৰ ৰাষ্টীয়ঘাইপথৰ পৰা অভিযান চলাই এগৰাকী যুৱকৰ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহত পৰিমানৰ য়াবা টেবলেট।
য়াবা টেবলেটসহ আৰক্ষীয়ে আটক কৰা যুৱক গৰাকী হাউলীৰ বৰবালা গাঁৱৰ আছাদুল হক।
আৰক্ষীয়ে যুৱক গৰাকীৰ AS 01DH 1583 নম্বৰৰ চাৰিচকীয়া বাহনৰ পৰা ২ হাজাৰটা য়াবা টেবলেট জব্দ কৰে।
08/09/2026
বিজেপিত যোগদান প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ
08/09/2026
হাতীগাঁও হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
08/09/2026
নগাঁও উপ নিৰ্বাচনৰ বাবে
তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে প্রাথী
ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ
আব্দুল ছালাম
তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
Category
Contact the business
Website
Address
Howly Town
Barpeta
781316
Alerts
Be the first to know and let us send you an email when Howly Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.