Devottom Axom

Devottom Axom

Share

স্বাস্থ‍্য সৈনিক!!

Dr(Maj) Dipam Kr Barman
MBBS, MEM(SEMI), FDM
Founder of DEVOTTOM FOUNDATION
General Practitioner & Emergency Physician,
CPR & First Aid Trainer
Health, Wellness & Fitness Coach

09/09/2026

অসীমৰ কি হ’ল??

08/09/2026

World Physiotherapy Day 2026
Celebration at Devottom Wellness Center,Beltola

06/09/2026

আলু vs বিস্কুট

06/09/2026

বেকা হৈ যোৱা আঠু ১ মাহতে চিধা হৈ গ'ল।

04/09/2026

আজি ভগৱান শ্ৰী কৃষ্ণৰ ৫,২৫৩ তম্‌ জন্মতিথি৷ সকলো ভক্তপ্ৰাণ ৰাইজক জন্মাষ্টমীৰ শুভেচ্ছা জনালো৷
কৃষ্ণ 🙏🏻

04/09/2026

জৰুৰী জাননী

যি সকলে Physiotherapy Treatment কৰি আছে, তেওঁলোকক জ্ঞাতাৰ্থে জনোৱা হয় যে, অহাকালি ইং ০৪/০৯/২০২৬ তাৰিখ শুক্ৰবাৰে পৱিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে Devottom Wellness Centre (Physiotherapy) বন্ধ থাকিব।

পুনৰ ইং ০৫/০৯/২০২৬ তাৰিখ শনিবাৰৰ পৰা সন্ধিয়া ৫:৩০ বজাৰ পৰা নিশা ৮:০০ বজালৈকে চেণ্টাৰটি খোলা থাকিব।

Appointment ৰ বাবে যোগাযোগ নম্বৰ :-
9864689183 / 9365388630

03/09/2026

আপোনাৰ ওচৰৰ cinema hall-ত যদি চিনেমাখন লাগি আছে, তেন্তে আপোনাৰ শিশুটোক লৈ গৈ দেখাই আহিব। মই, মোৰ পত্নী আৰু আমাৰ সন্তান লয়, আমি সকলোৱে এই চিনেমাখন চালো। বহুত ভাল লাগিল!

03/09/2026
01/09/2026

নলবাৰীৰ ওচৰৰ বিহামপুৰত ৬ ছেপ্তেম্বৰ তাৰিখে আহি আছো।

Category

Telephone

Address


Harmony Apartment, Plot 6B, Dwarka Sector 23
Delhi
110075

Alerts

Be the first to know and let us send you an email when Devottom Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Delhi.