MS..Vlgs-Assam
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MS..Vlgs-Assam, Public Figure, Dhemaji.
মাথোঁ চকুত চকু পানী 💔
গৰু জনীৰ, অন্তৰ খন বৰ কৈ কান্দিছে চাগে, অনুভৱ কৰিব পাৰিছোঁ, তেওঁ হয়তো কথা পাতিব পৰা হেতেন বহুত কিবা কিবি কব আছিলে চাগে ।
💔
জুবিন দাৰ, মৰমৰ কুকুৰ কেইটালৈ, বহুত মৰম লাগিছে।🥺🥺
আপুনি ভবাৰ দৰেই হল জুবিন দা ।
মৃত্যু পিছত নহয় মৃত্যুৰ আগত কাৰণ আপোনাৰ সন্মুখত বৰ্মপুত্ৰ নহয় সাগৰৰ ঢৌত আপুনি বিলীন হবলৈ ৰৈ আছিল ।
সকলোৱে এবাৰ হলেও গাব, যাতে তেখেতৰ আত্মাই, চিৰ শান্তি লাভ কৰে ....😭😭😭
আমি স্তব্ধ, বাকৰুদ্ধ! অবিশ্বাস্য যদিও সত্য যে আমাৰ অতিকৈ মৰমৰ শিল্পী, অসমৰ সম্পদ Zubeen Garg আৰু আমাৰ মাজত নাই। তেখেতৰ অনুপস্থিতি আমাৰ বাবে এক বৃহৎ আৰু অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এই শোকৰ মুহূৰ্তত তেখেতৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
Category
Contact the public figure
Website
Address
Dhemaji
Alerts
Be the first to know and let us send you an email when MS..Vlgs-Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.