Assam Rising With Bharat - ARWB

Assam Rising With Bharat - ARWB

Share

We intend to publish real and positive news among Assamese people.

06/10/2026

পুৰী, জগন্নাথ মন্দিৰ, কোনাৰ্ক সূৰ্য্য মন্দিৰ, চিলকা হ্ৰদ, দীঘা সমুদ্ৰ তীৰ আদি ভ্ৰমণ . 9,999/- প্ৰতি জন !

Call us today: 91017 76450 / 97072 33199 / 93958 60648.

হোটেলত ৩ ৰাতি থকা, পুৱা ব্ৰেকফাষ্ট, নিশা ডিনাৰ, ডিলাক্স এচি বাচেৰে চাৰিদিন উৰিষ্যাৰ বিভিন্ন ঠাই ঘুৰোৱা, পশ্চিম বংগৰ দীঘা সমুদ্ৰ তীৰ চোৱা, গুৱাহাটীৰ পৰা ভুৱনেশ্বৰলৈ শ্লীপাৰ ক্লাচত ট্ৰেইনেৰে লৈ যোৱা আৰু গুৱাহাটীলৈ ঘুৰি অহা ইত্যাদি সকলো এই পেকেজত আছে !

৫ বছৰতকৈ কম বয়সৰ ল`ৰা-ছোৱালীৰ বাবে FREE.
৫ ৰ পৰা ১০ বছৰ বয়সৰ ল`ৰা-ছোৱালীৰ বাবে মাত্ৰ Rs. 6,499/- প্ৰতিজন !

Travel Date:
২২ নৱেম্বৰ, গুৱাহাটী ট্ৰেইন ষ্টেচনৰ পৰা !
(১০ অক্টোবৰৰ আগতে আমাক কনফাৰ্ম কৰক)

আজিয়েই যোগাযোগ কৰক !! Limited Seats Only.

ADM Tours
DEKA GLOBAL GROUP
Mangaldai, Assam

05/10/2026

অযোধ্যা-বাৰানসী-প্ৰয়াগৰাজ ভ্ৰমণ - Rs. 14,999/- প্ৰতি জন - ২ নিশা বাৰানসীত, ১ নিশা অযোধ্যাত !

যোগাযোগ কৰক: 9101776450, 9707233199, 9365955225

অযোধ্যাত ৰাম মন্দিৰ দৰ্শন, বাৰানসীত গধূলি গংগা আৰতি, কাশী বিশ্বনাথ, প্ৰয়াগৰাজত ত্ৰিবেনী সংগম দৰ্শনৰ লগতে বাৰানসীত পুঁৱা গংগা নদীৰ ওপৰত নাঁৱেৰে তীৰ্থ-স্থান তথা ঘাট সমূহৰ দৰ্শন ! ইয়াৰ লগতে বিভিন্ন মন্দিৰ তথা তীৰ্থস্থান সমূহৰ দৰ্শন !

৩ নিশা হোটেলত থকা, পুঁৱা ব্ৰেকফাষ্ট, ৰাতি ডিনাৰ, ট্ৰেইনেৰে শ্লীপাৰ ক্লাচত গুৱাহাটীৰ পৰা যোৱা আৰু ঘুৰি অহা, AC Luxury বাছেৰে বিভিন্ন ঠাই ঘুৰা, নাঁৱেৰে গংগা নদীৰ ওপৰত ডেৰ ঘন্টামান তীৰ্থস্থান তথা ঘাট সমূহ পৰিদৰ্শন কৰা ইত্যাদি সকলো এই পেকেজত আছে !

ADM Tours
DEKA GLOBAL GROUP
Mangaldai, Assam

Start Date:
২০ নৱেম্বৰ, শুক্ৰবাৰ, নিশা ৯ বজাত গুৱাহাটী ট্ৰেইন ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ, উত্তৰ-প্ৰদেশৰ প্ৰয়াগৰাজত ৰবিবাৰে পুঁৱা ৫ বজাত গৈ পাব !

Return Date:
২৬ নৱেম্বৰ, বৃহস্পতিবাৰে, গধূলি গুৱাহাটী ট্ৰেইন ষ্টেচন ঘুৰি আহি পাব ! ২৫ নৱেম্বৰৰ পুঁৱা ১০ বজাত বাৰানসীৰ পৰা উভতনি যাত্ৰা আৰম্ভ হব !

প্ৰয়াগৰাজৰ পৰা অযোধ্যালৈ ১৬৫ কিলোমিটাৰ, ৪ ঘন্টা !

অযোধ্যাৰ পৰা বাৰানসীলৈ ২২০ কিলোমিটাৰ, প্ৰায় ৫ ঘন্টা যাত্ৰা !

AC Luxury ডাঙৰ বাছেৰে অনা-নিয়া কৰা হব, অকল এই গ্ৰুপটোৰ লগতেই বাছখন ৪ দিন থাকিব, সকলো স্থানলৈ অনা-নিয়া কৰিব, লগত টুৰ-গাইডো থাকিব !

Adult Price: Rs. 14,999/-
Children between 5-10 yrs: Rs. 8,499/-
Children below 5 yrs: FREE

5% GST is additional.

১০ অক্টোবৰৰ আগতে কনফাৰ্ম কৰি ৩০% পেইমেন্ট কৰিব লাগিব ! বাকী ৭০% পেইমেন্ট ২৫ অক্টোবৰৰ আগতে কৰিব লাগিব ! সকলো পেইমেন্ট কোম্পেনীৰ বেংক একাউন্টত কৰিব লাগিব, NO CASH PAYMENT and NO QR CODE Payment.

ADM Tours
DEKA GLOBAL GROUP
Mangaldai, Assam

08/09/2026

BOOKING STARTED...Ayodhya Group Tour: Limited Seats only.

Contact: 97072 33199, 91017 76450.

অযোধ্যা, ৰাম মন্দিৰ, ত্ৰীবেনী সংগম, গংগা আৰতি, বাৰানসী, প্ৰয়াগৰাজ, কাশী-বিশ্বনাথ, বাৰানসীত বিঙিন্ন মন্দিৰ তথা ঘাট সমূহৰ দৰ্শন, গংগা নদীৰ ওপৰত নাওঁ যাত্ৰা ইত্যাদি - মুঠ ৫ ৰাতি / ৬ দিন ৰ গ্ৰুপ টুৰ ! (১০ নৱেম্বৰ - ১৫ নৱেম্বৰ)

ডিলাক্স ২ ষ্টাৰ বা ৩ ষ্টাৰ হোটেলত ৰাতি কটোৱা, পুঁৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ ডিনাৰ, AC Luxury বাছত বিভিন্ন পৰ্যটন স্থান দেখুওঁৱা, গুৱাহাটীৰ পৰা ট্ৰেইনেৰে নৰ্মেল শ্লীপাৰ ক্লাছত লৈ যোৱা আৰু ঘুৰি অহা - সকলো এই গ্ৰুপ টুৰ পেকেজত অন্তৰ্ভুক্ত আছে !

ADM Tours,
DEKA GLOBAL GROUP,
Bhebarghat, Mangaldai,
Assam.

13/08/2026

মানালি-চিমলা-চণ্ডীগড়: ৪ ৰাতি ৫ দিন ৰ টুৰ পেকেজ, @১৫,৪৯৯ টকা প্ৰতি জন ! Call: 9101316373

মানালিত ২ ৰাতি, চিমলাত ১ ৰাতি, চণ্ডীগড়ত ১ ৰাতি !

হোটেলত থকা, ব্ৰেকফাষ্ট কৰা, আমাৰ ড্ৰাইভাৰে প্ৰাইভেট AC গাড়ীৰে আপোনাক ওচৰে-পাজৰে বিভিন্ন ঠাই ঘুৰোৱা, ইখন চহৰৰ পৰা আনখন চহৰলৈ যোৱা, এয়াৰপৰ্ট বা ট্ৰেইন ষ্টেচনলৈ লৈ যোৱা ইত্যাদি - সকলো এই পেকেজত থাকিব !

ADM Tours
DEKA GLOBAL GROUP
Mangaldai, Assam

10/08/2026

কাশ্মীৰ ভ্ৰমণ - ৩ ৰাতি ৪ দিন - ১৪,৪৯৯ টকা প্ৰতি জন - হোটেলত থকা, ব্ৰেকফাষ্ট, ডিনাৰ, প্ৰাইভেট AC গাড়ীত আমাৰ ড্ৰাইভাৰে শ্ৰীনগৰৰ পৰা বিভিন্ন স্থানলৈ নিব ইত্যাদি সকলো এই পেকেজত আছে !

যোগাযোগ কৰক: 910 13 16 373

ADM Tours
DEKA GLOBAL GROUP

Bhebarghat, Mangaldai, Assam.

07/08/2026

তীৰ্থস্থান ভ্ৰমণ - ৰাম জনমভূমি, ত্ৰীবেনী সংগম, গংগা আৰতি আদি - আযোধ্যা, বাৰানসী, প্ৰয়াগৰাজ ভ্ৰমণ - ৩ ৰাতি ৪ দিন !

Rs. 18,999/- per person.

Contact Us today at: 970 72 33 199

Office Location:

ADM Tours
DEKA GLOBAL GROUP
Bhebar Ghat, Mangaldai, Assam.

03/08/2026

SHIMLA-MANALI-CHANDIGARH Holiday Package @ Rs. 15,499/- only.

Contact us today:
Mob: 9395860648

ADM Tours, Deka Global Group,
1st Floor, Near Hero Dealer,
Opposite Slice Finance Bank,
Bhebarghat, Mangaldai.

Photos from Assam Rising With Bharat - ARWB's post 17/07/2026

DUBAI HOLIDAY PACKAGES

আগষ্ট মাহৰ পৰা গুৱাহাটী-ডুবাই ডাইৰেক্ট বিমান সেৱা আৰম্ভ হব ! যিসকলে ডুবাই ভ্ৰমণ কৰিবলৈ যাবলৈ বিচাৰে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে !

আমাৰ ডুবাইত থকা টুৰিজিম কোম্পেনীটোৰ জৰিয়তে ডুবাই তথা আবুধাবিলৈ ফুৰিবলৈ আহিব পাৰে ! আমি ডুবাইৰ টুৰিষ্ট ভিজা, হোটেল, মধ্যপ্ৰাচ্যৰ আটাইতকৈ ডাঙৰ মন্দিৰ, তথা শ্বেইখ জায়েদ মচজিদ ভ্ৰমণ আদিৰ ব্যৱস্থা কৰি ৫ দিনৰ টুৰ পেকেজ কৰি দিব পাৰো ! লগতে মৰুভূমিৰ মাজত গাড়ী চলোৱা, সাগৰত জাহাজেৰে ২ ঘন্টা ভ্ৰমণ কৰা, বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং ৰ ১২৪ মহলা লৈকে যোৱা ইত্যাদিৰ অভিজ্ঞতা লব পাৰিব ! ভাৰতীয় পাচপ`ৰ্ট থাকিব লাগিব !

অসমৰ মংগলদৈত হবলগীয়া আমাৰ নতুন অফিচ তথা তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব পাৰে !

9101316373, 9957238351, 9365955225

ADM Tours DUBAI
(Part of "Deka Tours & Travels")
Deka Global Group
(Mangaldai - Dubai - Abu Dhabi - London - Switzerland).

Photos from Assam Rising With Bharat - ARWB's post 05/06/2026

- DEKA GLOBAL GROUP -

Jobs in Poland (Europe)

মেট্ৰিক-পাচ, হায়াৰ চেকেণ্ডেৰী পাচ, গ্ৰেজুৱেট - কোনো অভিজ্ঞতা নালাগে, ৫০ বছৰৰ কম বয়সৰ হব লাগিব, ইংৰাজী ক`লে বুজি পোৱা হব লাগিব !

দৰমহা:
মাহিলি ১ লাখ ৰ পৰা ডেৰ লাখ পৰ্য্যন্ত, অভাৰ-টাইম ইনকাম এক্সট্ৰা, লগতে থকাটো ফ্ৰি ! বছৰি ২৫ দিন চুটী, লগতে লোকেল বন্ধ বিলাক আৰু ফ্ৰি মেডিকেল !

কাগজ-পত্ৰ ঠিকে থাকিলে ৬ মাহৰ ভিতৰত যাব পাৰিব ! চাকৰি ১০০% পাক্কা, বহুত Vacancies আছে ! পুৰুষ-মহিলা সকলোৰে বাবে !

আৰম্ভণিতে আপোনাৰ খৰচ হব : প্ৰায় ৩.৭৫ লাখ টকা (৩ টা ইনষ্টলমেন্টত দিব পাৰিব) ! তাতে গৈ চাকৰি ল`লে দুমাহতে এই টকা ঘুৰি আহিব !

Refund Policy:
কিবা কাৰণত আমি যদি চাকৰি দিব নোৱাৰো, বা কিবা কাৰণত পোলেণ্ডত কিবা নিয়ম সলনি হৈ আপুনি যাব নোৱাৰে, তেন্তে আপুনি খৰচ কৰা ধনৰ ৯০% পৰ্য্যন্ত ঘুৰাই দিয়া হব !

If interested, then please send ur Bio-data or CV in "word file" at [email protected]

Website

Address


Gauhati

Alerts

Be the first to know and let us send you an email when Assam Rising With Bharat - ARWB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Gauhati.