Census Operations Assam
Official page of Directorate of Census Operations Assam
"আহিছে আহিছে আজি
লোকপিয়ল আহিছে..."
Moments from the ongoing House Listing and Housing Census process of in Amguri.
25/09/2026
শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া তথা চাৰ্জ অফিচাৰ শ্ৰীমতী মিত্ৰবৃন্দা গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ SI Gr-II তথা জিলা সমন্বয়ৰক্ষী বিষয়া শ্ৰী তনয় শ্ৰীবাস্তৱে পৰিদৰ্শন বৈঠকত অংশ লৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত লোকপিয়ল পৰ্যবেক্ষক আৰু গণনাকাৰীসকলৰ সৈতে আলোচনা কৰে। বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাত বৰ্তমানে অব্যাহত লোকপিয়ল ২০২৭ৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বৈঠকত গুৰুত্ব প্ৰদান কৰা হয়।
📍শিৱসাগৰ
25/09/2026
A crucial meeting was held with the Census supervisors in the presence of Shri Bidyut Changmai, AUAS, Charge Officer, Sivasagar Municipal Board and Shri Tanay Srivastava, SI-II, Directorate of Census Operations, Assam cm District Liaison Officer.
The meeting focused on reviewing the draft maps prepared for the House Listing and Housing Census process and ensuring the smooth and effective conduct of the exercise.
25/09/2026
At the Sivasagar Revenue Circle office, Smt. Mitrabinda Gogoi, Revenue Circle Officer and Charge Officer, and Shri Tanay Srivastava, SI Gr-II cm District Liaison Officer participated in a meeting and discussed various important issues with the Census supervisors and enumerators.
Emphasis was given on smooth conduct of the ongoing data collection process in Sivasagar, which has been significantly hit by recent floods.
24/09/2026
আপোনাৰ গৃহৰ তথ্য শুদ্ধভাৱে প্ৰদান কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাত অব্যাহত লোকপিয়ল ২০২৭ৰ অংশীদাৰ হওক
লোকপিয়ল সম্পৰ্কীয় তথ্যৰ বাবে বিনামূলীয়া হেল্পলাইন নম্বৰ - ১৮৫৫
24/09/2026
শিবসাগর ও চরাইদেও জেলায় চলমান জনগণনা ২০২৭র অংশীদার হন এবং আপনার গৃহের সঠিক তথ্য প্রদান করুন।
জনগণনা সংক্রান্ত যেকোনও তথ্যের জন্য বিনামূল্যে হেল্পলাইন নম্বর: ১৮৫৫-এ ফোন করুন।
23/09/2026
Be a part of the ongoing in Sivasagar and Charaideo by providing accurate information about your household.
For any related information, call the toll-free helpline number: 1855.
23/09/2026
আমাৰ লোকপিয়ল, আমাৰ বিকাশ
বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল ২০২৭ৰ গৃহ তালিকা আৰু গৃহ পিয়লৰ প্ৰক্ৰিয়া অব্যাহত আছে।
এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা দুখনৰ প্ৰতিগৰাকী নাগৰিকৰ সক্ৰিয় সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। সেয়েহে, সকলোকে নিজৰ গৃহৰ প্ৰয়োজনীয় তথ্য সঠিকভাৱে প্ৰদান কৰি লোকপিয়ল ২০২৭ৰ গৃহ তালিকা আৰু গৃহ পিয়ল প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ।
আপোনাৰ সহযোগিতা ~ উন্নয়নৰ সঠিক পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ আধাৰ।
23/09/2026
Our Census, Our Development
The House Listing and Housing Census process of is currently underway in the flood-hit
Sivasagar and Charaideo.
Active cooperation of every citizen of the districts is essential for successful completion of this important national exercise.
Therefore, everyone is requested to provide accurate information about their household to the enumerators.
Your cooperation- An important foundation for accurate development planning.
Category
Contact the organization
Telephone
Website
Address
Directorate Of Census Operations
Gauhati
781031
Opening Hours
| Monday | 9:30am - 6pm |
| Tuesday | 9:30am - 6pm |
| Wednesday | 9:30am - 6pm |
| Thursday | 9:30am - 6pm |
| Friday | 9:30am - 6pm |
Alerts
Be the first to know and let us send you an email when Census Operations Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.