Rina Rabha Devi
#StagePerformer ১। তুমি নোহোৱাকৈ ২। তুমিয়েই পোহৰ ঢালি দিয়া.. For Live Shows 6003428870/9954254657
প্ৰতি টোপাল তেজত সংগীতকে ধাৰণ কৰি আহিছো শৈশৱৰে পৰাই ... তেতিয়াৰ পৰা আজিলৈ মন আৰু মগজুৰে প্ৰবাহিত হৈ আহিছে কিমান গীত ll মই গোৱা গীতবোৰ উপভোগ কৰি বহুতে যেতিয়া মোৰ Music sense আৰু Selection ভাল বুলি প্ৰশংসাৰে ওপোচায়, তেতিয়া আত্মবিশ্বাসে চুই যায়হি ll মইনো কি ক ৰিব পাৰো, মাথোঁ ভগৱানক সাৰথি কৰি আগুৱাই গৈ থাকিব খোজো আপোনাসৱৰ একান্ত আশীৰ্বাদত ll JANWAR ছবিখনৰ এটি HIT song Anguri Badan cover song আপোনালোক লৈ বুলি.. First tym cover song experience.,🎧💙
Good Morning All 🥰🥰
জীৱনত কি পাম, কি হেৰোয়াম একো কব নোৱাৰা হয়চো। মাথোঁ জীয়াই আছোঁ 🙏একমাত্র ভগৱানৰ আশাত ❤তাৰ মাজত নিজৰ আত্মবিশ্বাস কেতিয়াবা যদি ভাগৰি পৰিছে, সেইয়া একমাত্র আপোনালোকৰ মৰম আৰু আশীর্বাদ❤🙏পুনৰ বাৰ মোৰ সাহস হৈ মই জী উঠিছোঁ আপোনালোকৰ মৰম সাহসত। এতিয়া চোন মোৰ নতুন নতুন গীত 🎶শুনিবলৈ সকলোকে থাকে অপেক্ষাত 🥰❤সকলোলৈকে আকৌ পুনৰ বাৰ বহুত বহুত ধন্যবাদ🙏🎶 এনে দৰে মোক সহাৰি জনোৱৰ বাবে 💕🌹
Good night everyone😊
゚
হে মহান শিল্পী তোমাক বাৰে বাৰে নমস্কাৰ...
💔তেওঁৰেই এটি জনপ্ৰিয় গীত
যোৱাই যদি যোৱা বাৰু...আহক সোঁৱৰো প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱক...
সেই গীতটিৰে ...
#
সকলোৰে হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী ll কিন্তু জুবিনদা তেওঁৰ যুগজয়ী সৃষ্টিৰাজিৰে সদায় জীয়াই থাকিব আমাৰ মাজত ll তথাপিও চৌদিশৰ শূন্যতাখিনিক জানো অস্বীকাৰ কৰিব পাৰি ll নোৱাৰি ll নোৱাৰি বাবেই আজিৰ এই শোকে আৱৰা দিনটোত প্ৰিয় শিল্পীগৰাকীলৈ যাচিছো আমাৰ বেদনাসিক্ত অশ্ৰু অঞ্জলি💔🙏
Koi a dilu bru😊 birthday buli kle val lgi thoka manti🌼💙
Good night everyone 😊
Category
Website
Address
Gauhati
781001
Alerts
Be the first to know and let us send you an email when Rina Rabha Devi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.