Riyan Raj
Singer / Composer / Actor
Contact email - [email protected]
Po:pír - Behind The Scenes | Riyan Raj | Richa Chetry | Dr. Baby Madhabi Pegu | 2026
Ayiré Kammodag - Official Promo | Tarulata Kutum | 2026
21/09/2026
Mukkang❤️🍂
“Ayiré Kammo:dag (সময়ে কন্দুৱায়)” আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী তৰুলতা কুটুম বাইদেউৰ আগন্তুক “Ayiré Kammo:dag” বোলছবিখনৰ অফিচিয়েল প্ৰ’ম’, প’ষ্টাৰ আৰু গীতটিৰ যোৱাকালি শুভ উদ্বোধনী আনুষ্ঠানিকভাৱে সম্পন্ন হয় | লগতে এই বোলছবিখনিৰ গীত এটিত কণ্ঠ নিগৰাইছে আমাৰ কালজয়ী হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ | 🎬🎶✨
20/09/2026

🪔🥺
18/09/2026
Mukkang🫶💙
'TANI:AO 2'🎬বোলছবিখনকলৈ গুৱাহাটীবাসী ৰাইজৰ প্ৰতিক্ৰিয়া দেখি সঁচাকৈয়ে আবেগিক হৈ পৰিলোঁ । গুৱাহাটীৰ দৰে এখন ব্যস্ত চহৰত, য’ত প্ৰতিগৰাকী ব্যক্তিয়েই অহৰহ নিজৰ কামত ব্যস্ত থাকে, তাৰ মাজতো আপোনালোকে যিধৰণে অলপ সময় উলিয়াই 'TANI:AO 2'ক আঁকোৱালি ল’লে আৰু উৎসাহিত কৰিলে, তাৰ বাবে গুৱাহাটীবাসী ৰাইজক অন্তৰৰ পৰা অশেষ ধন্যবাদ। আপোনালোকৰ এই মৰম আৰু সঁহাৰিয়ে আমাক সদায় আগুৱাই যাবলৈ প্ৰেৰণা যোগাব।🙏
I am truly overwhelmed with emotion seeing the response of the people of Guwahati towards 'TANI:AO 2'. In a busy city like Guwahati, where everyone is constantly caught up in their own hectic schedules, the way you took a moment out of your time to embrace and encourage 'TANI:AO 2' is deeply touching. A heartfelt thank you to the people of Guwahati. Your love and incredible response will always inspire us to keep moving forward. 🙏
Category
Contact the public figure
Telephone
Website
Address
Guwahati
Alerts
Be the first to know and let us send you an email when Riyan Raj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.