JONAI LIVE

JONAI LIVE

Share

আপোনাৰ বিশ্বাস, আমাৰ সততা। এক আপোচবিহীন কন্ঠৰ সৈতে আপোনাৰ কাষত 'জ'নাই LIVE'

05/10/2026

মুৰ্কংচেলেক টাউন হাইস্কুলত ২.৫১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব ছাত্ৰাবাস

'ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান'ৰ অধীনত নিৰ্মাণ হ'বলগীয়া ছাত্ৰাবাসৰ স্থান পৰিদৰ্শন বিধায়ক ভুৱন পেগুৰ

05/10/2026

সুপ্ৰভাত!

04/10/2026

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মুম্বাইত বিশাল প্ৰতিবাদী ৰেলী

04/10/2026

বিধায়ক অখিল গগৈৰ ধৰ্মঘটক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া-

"উজনিৰ বান সাহাৰ্যক লৈ এসপ্তাহ পূৰ্বেই অখিল গগৈৰ সৈতে ফোনত কথা পাতিছিলোঁ, মোৰ পৰা সকলো কথা জানি লোৱাৰ পাছতেই ৰাইজৰ পৰা ক্ৰেডিট ল’বলৈ আগতীয়াকৈ ধৰ্মঘটত বহিল অখিল গগৈয়ে"

04/10/2026

বিধায়ক অখিল গগৈৰ অৱস্থান ধৰ্মঘটক প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

04/10/2026

"CJP বোলা বস্তুটো অসমত ক'ত আছে?, CJPয়ে আলোচনা কৰিব বিচাৰিলেও মোৰ হাতত সময় নাই"- CJPক কটাক্ষ মুখ্যমন্ত্ৰীৰ

04/10/2026

নেহা বৰাক আটক কৰি আৰক্ষীৰ বাহনত ৰখাৰ পিছতে প্ৰতিবাদ

মুকলিৰ দাবীত বাহনৰ সন্মুখত প্ৰতিবাদকাৰী

04/10/2026

'অসমৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰা CJPৰ পদক্ষেপক আমি আদৰণি জনাইছোঁ, কিন্তু তাৰ সমান্তৰালকৈ অসমৰ মৌলিক সমস্যাবোৰো উপলব্ধি কৰক CJPয়ে, বাংলাদেশী সমস্যা, সাংবিধানিক ৰক্ষাকৱচৰ আন্দোলন, মৌলবাদ, ড্ৰাগছৰ প্ৰচলনৰ লগতে খিলঞ্জীয়াৰ অস্তিত্বৰ সংগ্ৰামকো দেশৰ সন্মুখলৈ আনক'- CJPক লৈ আছুৰ সাধাৰণ সম্পাদক সমীকৰণ ফুকনে কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাৰ

04/10/2026

ঢকুৱাখনাৰ ঘিলামৰাৰ মেৰবিলত ভ*য়ংকৰ অঘটন
নাও ডুবি প্ৰা*ণ হেৰুৱালে ৩জনকৈ লোক
মেৰবিল নৈ পাৰ হ’বলৈ লওঁতে পানীত ডুব যায় নাওখন

04/10/2026

'সমীৰণ ফুকনে CJPক লৈ কৰা মন্তব্য দুৰ্ভাগ্যজনক', এইয়া কেতিয়াও জাতিক প্ৰতিনিধিত্ব কৰা সংগঠনৰ মন্তব্য হ'ব নোৱাৰে, 'সমীৰণ ফুকনে সকলোৰে লগত কথা পাতি নোলোৱাকৈ চাগে কথা কৈছে', কথাটো নিশ্চয় কেন্দ্ৰীয় সমিতিৰ মাজত আলোচনা হ'ব, 'CJPয়ে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে এতিয়া আন্দোলন গঢ়ি তুলিছে'- আছুৰ সাঃ সম্পাদক সমীৰণ ফুকনে CJPক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ

Telephone

Website

Address


NH515
Jonai
787060

Alerts

Be the first to know and let us send you an email when JONAI LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Jonai.