PRIME NOW
A Step Ahead
নগাওঁ জিলাৰ হাতীচোং কুৱাপাৰত জুবিন দিৱস উদযাপনৰ প্ৰস্তুতি
#নগাঁৱৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং শঙ্কৰদেৱ বিদ্যা নিকেতনত ধাৰাবাহিকভাৱে দুৰ্বৃত্ত - চোৰৰ সন্ত্রাস!
#নগাওঁ
#প্ৰাতঃসভাত এগৰাকী ছাত্ৰীৰ এটি কালজয়ী গীত পৰিৱেশনে আপ্লুত কৰিব আপোনাক
#নগাঁৱৰ কুঁজিডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ এক সুন্দৰ পৰিবেশ...
পৰীক্ষা পে চৰ্চা’ত এগৰাকী ছাত্ৰীৰ কবিতা আগ্ৰহেৰে শুনিলে প্ৰধানমন্ত্ৰী মোদীজীয়ে। কবিতাত আপ্লুত হৈ ছাত্ৰীগৰাকীৰ ভূয়সী প্ৰশংসা কৰিলে মোদীজীয়ে ।
যোৱা ২৫/০১/২০২৬ নগাঁও জিলাৰ চৌকীটুপত অনুস্থিত হৈ যায় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দ্বাৰা আয়োজিত হিন্দু সন্মিলন। য'ত উপস্থিত থাকে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তিসকল।
বাগুৰুম্বা দ'হৌ কেৱল এক উৎসৱ নহয়, এয়া বড়ো পৰম্পৰাক সন্মান প্ৰদানৰ এক অনন্য মাধ্যম"" - বড়ো সমাজৰ বৰেণ্য ব্যক্তিসকললৈ শ্ৰদ্ধা জনাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ
ভূপেন দাৰ গানেৰে মোদী ডাঙৰীয়াই আৰম্ভ কৰিছে ভাষণ
Category
Contact the business
Telephone
Website
Address
Nagaon
Alerts
Be the first to know and let us send you an email when PRIME NOW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.