Amir Hamja
I am always Congressi ❤️🇮🇳
Fans of Rahul Gandhi & Gaurav Gogoi
22/09/2026
📍নগাওঁ ত গৌৰৱ গগৈ ডাঙৰীয়া সোমোৱাৰ লগে লগ কিছুমানৰ কম্পন আৰম্ভ হৈ গল।
17/09/2026
📍আমি যেতিয়ালৈকে আছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত থাকিম।
16/09/2026
📍নগাওঁত এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত পৰিবৰ্তন আহিব।
15/09/2026
📍নগাওঁ লোক সভা উপ-নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিবামনি বৰা ডাঙৰীয়ানী বিপুল ভোটত জয়ী হব খাটাং।
15/09/2026
📍নগাওঁ লোক সভা সমষ্টি BJP ক উপহাৰ হিচাপে দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ তথা AIUDF ৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই উঠি পৰি লাগিছে। AIUDF দলটো সংখ্যালঘূ লোকৰ কাৰণে এটা সাম্প্ৰদায়িক দল।
📍 নগাওঁ লোক সভা উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী Sibamoni Bora ডাঙৰীয়ানীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
14/09/2026
📍2031 ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন শক্তিশালী অসম হব।
13/09/2026
📍এইজন দেৱাশীষ শৰ্মা যিজন দেৱাশীষ শৰ্মাই RSS তথা BJP ৰ কথামতে এজনী প্ৰকৃত ভাৰতীয় মুলৰ মহিলাক বাংলাদেশী সজোৱাই পোচ বেক কৰিছিল বাংলাদেশত এতিয়া আহিছে আকৌ Minority ভোট খুজিবলৈ।
12/09/2026
📍এইজনী মহিলাই চাগে নাজানে গো-মাংসৰ ৰাজনীতি কেৱল ভাৰতত চলে বাহিৰত নহয় 😂
12/09/2026
📍 আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা এজন নেতা বিচাৰো যিজন নেতাই অসম তথা অসমীয়া ৰাইজৰ স্বাৰ্থত কাম কৰে।
Category
Contact the business
Telephone
Website
Address
Samaguri Nagaon
Nagaon
782120
Alerts
Be the first to know and let us send you an email when Amir Hamja posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.