Axom Plus

Axom Plus

Share

সততাৰ দলিল ৰ সৈতে প্ৰতিজ্ঞাবদ্ধ

06/09/2026

জুৰীয়াৰ উদমাৰীত ১৫ বছৰীয়া ৰমোজা খাতুন এক সপ্তাহ ধৰি নিৰুদ্দেশ - পৰিয়ালত হাহাকাৰ

যদি কোনো সহৃদয় ব্যক্তিয়ে কিশোৰীগৰাকীক ক'ৰবাত দেখা পায় বা কোনো সন্ধান লাভ কৰে তেন্তে অতি সোনকালে পৰিয়ালৰ *8099038114* নম্বৰত অথবা জুৰীয়া আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।।

06/09/2026

নগাঁও জিলাৰ ধিঙত কৃত্ৰিম বানক লৈ উত্তাল প্ৰতিবাদ,
১৫ দিনে জলাবদ্ধ অঞ্চলটোৰ ৰাইজ , বৰ্তমানেও মুকলি নহ'ল কালভাৰ্ট

05/09/2026

নগাঁৱৰ ধিং ৰোডৰ চিলঙনীত অৱস্থিত Prastuti Integrated Academy-ত উলহ-মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস।

03/09/2026

ৰৌমাৰী বৰপেটা বাসী ৰাইজৰ বাবে সু খবৰ।
এতিয়া বেংকৰ একাউণ্ট খুলিবলৈ যাব নালাগে ৰূপহী, বেলতলী, নগাঁওলৈ। আপোনাৰ অঞ্চলৰ ৰূপহীহাটৰ ৰৌমাৰী বৰপেটা খেৱাঘাটপাৰ তিনিআলিত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰতীয় ষ্টেট বেংকৰ চি এছ পি।
আপোনালোকৰ সুবিধাৰ্থে চি এছ পি খনৰ স্বত্বাধিকাৰীয়ে এখন ফোন নম্বৰ মুকলি কৰিছে
ফোন নম্বৰ খন হল 8472033899

29/08/2026

🚨 ৰে’লৰ বিদ্যুৎ পৰিবাহী খুঁটাত উঠিল এগৰাকী মহিলা

👉 ৰহাৰ চাপৰমুখ জংচনৰ প্লেটফৰ্মত শনিবাৰে পুৱাই লাগিল হুৱাদুৱা আৰু সৃষ্টি হয় চাঞ্চল্যৰ

26/08/2026

এগৰাকী কনমানিৰ কাতৰ বিননি
মোৰ ব্ৰেইন টিউমাৰ হৈছে
মোৰ স্কুল যাবলৈ বহুত মন গৈ আছে
চিকিৎসা কৰিবলৈ আমাৰ পইছা নাই
হিমন্ত মামা আপোনাৰ মই চৰণত ধৰিছোঁ

24/08/2026

📌Bh*young*k* road accident in Melekadhing.

📌A terrible road accident took place in Melekadhing under the Juria Police Station.

21/08/2026

👉জুৰীয়াৰ সোনাইবেৰাত #মাৰপিটৰ ঘটনা
👉 আজি হঠাৎ আমিৰ হুছেইনৰ #ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি আমিৰ হুছেইনক প্ৰাণে মৰাৰ চেষ্টা কৰে #দুগৰাকী মহিলাই

20/08/2026

20/08/2026

ধিঙত নগাঁও জিলা আয়ুক্তৰ জাল চিল বনাবলৈ আহি গ্ৰেপ্তাৰ প্ৰবঞ্চক।

Website

Address


Nagaon

Alerts

Be the first to know and let us send you an email when Axom Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nagaon.