Tapoban Pathsala

Tapoban Pathsala

Share

Child Welfare Organizationome for needy and differently abled children

17/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তপোবন (Students Welfare Mission)-ৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়।

জাতীয় পতাকা উত্তোলন, দেশপ্ৰেমমূলক কাৰ্যসূচী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠানটোত এক আনন্দময় আৰু দেশপ্ৰেমৰ পৰিৱেশ সৃষ্টি হয়। নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেম, জাতীয় ঐক্য আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ ভাবনা জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই অনুষ্ঠানটোৱে সকলোৰে মনত বিশেষ প্ৰভাৱ পেলায়।

জয় হিন্দ! �

Photos from Tapoban Pathsala's post 17/08/2026

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তপোবন (Students Welfare Mission)-ৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়।

জাতীয় পতাকা উত্তোলন, দেশপ্ৰেমমূলক কাৰ্যসূচী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠানটোত এক আনন্দময় আৰু দেশপ্ৰেমৰ পৰিৱেশ সৃষ্টি হয়। নৱপ্ৰজন্মৰ মাজত দেশপ্ৰেম, জাতীয় ঐক্য আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ ভাবনা জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই অনুষ্ঠানটোৱে সকলোৰে মনত বিশেষ প্ৰভাৱ পেলায়।

জয় হিন্দ! 🇮🇳

Photos from Tapoban Pathsala's post 21/06/2026

🧘‍♀️ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ 🧘‍♂️
আজি ২১ জুন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ষ্টুডেণ্টছ ৱেলফেয়াৰ মিছন (তপোবন), পাঠশালাৰ উদ্যোগত এক সুন্দৰ যোগাভ্যাস আৰু সজাগতা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়।
এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক, সেৱাকৰ্মী আৰু বিভিন্ন বয়সৰ অংশগ্ৰহণকাৰীয়ে উৎসাহেৰে যোগদান কৰি যোগাভ্যাসৰ জৰিয়তে সুস্থ শৰীৰ, শান্ত মন আৰু ইতিবাচক জীৱনশৈলীৰ বাৰ্তা আগবঢ়ায়।
"যোগ কেৱল ব্যায়াম নহয়, ই হৈছে সুস্থতা, মানসিক শান্তি আৰু জীৱনৰ সুষমাৰ পথ।"
সকলো অংশগ্ৰহণকাৰী, আয়োজক আৰু সহযোগীসকললৈ আন্তৰিক ধন্যবাদ। আহক, নিয়মীয়াকৈ যোগাভ্যাস কৰি এখন সুস্থ আৰু সুখী সমাজ গঢ়ি তোলোঁ। 🙏

Photos from Tapoban Pathsala's post 20/06/2026

🌿 তপোবনত ৰাভা দিৱস উদযাপন 🌿
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏
অসমৰ সংস্কৃতি, সাহিত্য, সংগীত, নাট্য, চিত্ৰকলা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অতুলনীয় অৱদান চিৰস্মৰণীয়। তেখেতৰ আদৰ্শ, সৃষ্টিশীলতা, দেশপ্ৰেম আৰু মানৱতাবাদী চিন্তাধাৰাই আজিও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
ৰাভা দিৱস উপলক্ষে তপোবনৰ পৰিয়ালৰ ফালৰ পৰা কলাগুৰুক জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। তেখেতৰ আদৰ্শ আৰু সৃষ্টিৰ পোহৰে আমাৰ সমাজক সদায় আলোকিত কৰি ৰাখক।

Photos from Tapoban Pathsala's post 05/06/2026

প্ৰকৃতিৰ সৈতে একাত্মতা!
🌱 আজি ৫ জুন, ২০২৬, বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে 'ষ্টুডেন্টস ৱেলফেয়াৰ মিছন' 'তপোবন' (TAPOBAN),ৰ সহযোগত আমাৰ বিশেষ প্ৰচেষ্টা। আমি সকলোৱে লগ হৈ গছপুলি ৰোপণ কৰি এখন সেউজীয়া আৰু স্বাস্থ্যকৰ পৃথিৱী গঢ়াৰ পণ লৈছোঁ। আহক, আমি সকলোৱে মিলি আমাৰ পৰিৱেশক সুৰক্ষিত ৰাখো। 🌍✨

Photos from Tapoban Pathsala's post 05/06/2026

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ 🩺✨

পাঠশালাৰ 'ষ্টুডেণ্টছ ৱেলফেয়াৰ মিছন'ৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত জ্যেষ্ঠ ব্যক্তিসকলৰ ৰক্তচাপ (Blood Pressure) পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় স্বাস্থ্য পৰামৰ্শ আৰু ঔষধ প্ৰদান কৰা হয়।

আমাৰ সমাজৰ বাবে জীৱন উচৰ্গা কৰা এই জ্যেষ্ঠসকলৰ কাষত থিয় হ’বলৈ পাই আমি নথৈ আনন্দিত। শিবিৰটো সফল কৰি তোলাৰ বাবে উপস্থিত চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু সহযোগী সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

05/05/2026

� তপোবনত বিহুৰে ৰং, আনন্দেৰে ভৰা প্ৰতিটো ক্ষণ...

🔴 𝗟𝗶𝘃𝗲 𝗦𝘁𝗿𝗲𝗮𝗺𝗶𝗻𝗴 - প্ৰাসংগিক🕕13:20 Hours ✅05/05/2026 05/05/2026

🎙️ 📻 প্ৰাসংগিক | আকাশবাণী, গুৱাহাটী
আকাশবাণী, গুৱাহাটী কেন্দ্ৰৰ “প্ৰাসংগিক”-এ আমাৰ আৱেগ আৰু অনুভূতিৰ প্ৰাসংগিকতাক শ্ৰোতাৰ মাজলৈ সুন্দৰভাৱে কঢ়িয়াই নিয়াৰ বাবে আমি আন্তৰিকভাৱে কৃতজ্ঞ...

🔴 𝗟𝗶𝘃𝗲 𝗦𝘁𝗿𝗲𝗮𝗺𝗶𝗻𝗴 - প্ৰাসংগিক🕕13:20 Hours ✅05/05/2026 🔴 𝗟𝗶𝘃𝗲 𝗦𝘁𝗿𝗲𝗮𝗺𝗶𝗻𝗴 - প্ৰাসংগিক🕕13:20 Hours ✅05/05/2026✅For all news and current affairs programs Follow us at – Youtube – https://youtube.com/...

Photos from Tapoban Pathsala's post 08/04/2026

🎉✨ Heartiest Congratulations! ✨🎉
A proud moment as Sri Kumud Kalita is honored with the prestigious Karmayogi Award by Lions Clubs International (District 322G). 🏆
Your selfless dedication, compassion, and unwavering service towards specially-abled children truly inspire us all. Your efforts in bringing hope, dignity, and happiness into their lives reflect the true spirit of humanity.
This recognition is a testament to your noble work and relentless commitment to building a better and more inclusive society. 🌟
Wishing you continued success and strength to keep spreading smiles and making a difference!
👏💐 Congratulations once again! 💐👏

Category

Address


Pathsala
781325

Alerts

Be the first to know and let us send you an email when Tapoban Pathsala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Pathsala.