RunJun

RunJun

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RunJun, Health/Beauty, vill-sonaipam, Tezpur.

30/12/2025
29/12/2025

বিগত ৫ বছৰত দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম ।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি বিগত ৫ বছৰত মুঠ ৰাষ্ট্ৰীয় ঘৰুৱা উৎপাদন ২৯% বৃদ্ধি হোৱাৰ বিপৰীতে অসমৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদন(GSDP) ৪৫% বৃদ্ধি হৈ ৩.৪৯ লাখ কোটি টকালৈ সম্প্ৰসাৰণ হৈছে।

বিগত ৫ বছৰত অসমক সাৱলীল নেতৃত্ব প্ৰদান কৰা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Telephone

Website

Address


Vill-sonaipam
Tezpur
784102

Alerts

Be the first to know and let us send you an email when RunJun posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Tezpur.