Nameri Suraksha Mancha

Nameri Suraksha Mancha

Share

Save Nameri save Nature

19/08/2026
01/08/2026

প্ৰকৃত ধংব্বস,অবৈধ খনন,বনসম্পদ লুন্ঠনেই এদিন উত্তৰ পুৰ্ৱাঞ্চলৰ মানৱ জাতিক ধংব্বস কৰিব। এদিন অন্যত আজি শিৱসাগৰ,চৰাইদেউ,যোৰহাটত আৰু কালিলৈ অন্য কৰৱাত কিন্ত মানৱজাতি সজাগ সচেতন হৱলৈ শিকা নাই।
ৰাজদ্বীপ বাইলুং বৰুৱা (Rajdeep Bailung Baruah)

13/07/2026

নামেৰি ৰাষ্ট্ৰীয় উদ্যান তথা বালিপৰা সংৰক্ষিত বনাঞ্চলৰ নিকটৰ্ৱত্তী চাৰিদুৱাৰ গড়মৰা গাওঁ পাৱাৰগ্ৰীড পথৰ সমীপৰ এখন ঘৰৰ নেটত এডাল বিয়াগোম সাঁপ আৱদ্ধ হৈ আছে। স্থানীয় লোকে সাঁপদাল কিং কোব্ৰা( King Cobra) বুলি সন্দেহ কৰিছে যদিও নিশ্চিত হোৱা নাই। গতিকে বিষয়টোৰ সন্দৰ্ভত বন বিভাগ, স্থানীয় সংবাদদাতা তথা সচেতন ব্যক্তিসকলক অৱগত কৰোৱা হৈছে। আশা কৰো সকলোৰে সহযোগত এই দুৰ্লভ প্ৰজাতিৰ প্ৰাণী বিধ সুৰক্ষিত অৱস্থাত উদ্ধাৰ হয় যেন।

Website

Address


Chariduar, Sonitpur
Tezpur
784103

Alerts

Be the first to know and let us send you an email when Nameri Suraksha Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Tezpur.